কণা পদাৰ্থবিজ্ঞানকণাকণি কৰ্
কণা-মুৰি (Assamese) [ Roman: ko.na-mu.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
English: confused, perplexed, puzzled,
Assamese: অগা-ভেটা লগা, উদ্বাউল, উদ্ভ্ৰান্ত, উদ্ভ্ৰান্তি, কণা-মুৰি, কিংকৰ্তব্যবিমূঢ়, কেণা লগা, দিক্-বিদিক শূন্য, দিহ-মোহ, বাট-ফেঁৰা লগা,
Bodo: गोनोगोथो,
Nepali: अकमक्क
কণা-মুৰি (Assamese) [ Roman: ko.na-mu.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.) unable to decide with uncertainty or doubt. অনিশ্চয়তা আৰু সন্দেহৰ বাবে সিদ্ধান্ত ল’বলৈ অপাৰগ। Assamese: অগা-ভেটা লগা, উদ্বাউল, উদ্ভ্ৰান্ত, উদ্ভ্ৰান্তি, কণা-মুৰি, কিংকৰ্তব্যবিমূঢ়, কেণা লগা, দিক্-বিদিক শূন্য, দিহ-মোহ, বাট-ফেঁৰা লগা,
Bodo: गोनोगोथो,
Nepali: अकमक्क