কটুসূত্ৰকটুৰৱ
কটুৰ (Assamese) [ Roman: ko.tur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-09
English: arid, dehydrated, dry, waterless,
Assamese: অনপ, অনাৰ্দ্ৰ, আৰৈয়া, উখৰা, কটুৰ, কন-কনিয়া, খৰখৰীয়া, খৰলীয়া, জলশূন্য, জলহীন, জৰ্জৰীয়া, ট-টঙা, ততৰা পৰা bo , নিসত, নিসত্ত্ব, নিসত্ব, নিৰম্বু, নিৰস, নিৰ্জল, ফৌফৌৱা, ফৰফৰীয়া, বিৰস, শুকান, শুষ্ক,
Bodo: गोरान,
Khasi: rkhiang, tyrkhong,
Garo: chi grigipa,
Meeteilon: Akangba,
Karbi: kreng,
Nagamese: hukan, sukan, sukhan,
Dimasa: garain, rain, rainbi,
Bangla: শুকনো,
Nepali: सुकाउनु, सुक्खा,
Deori: নানুমা, মিজি-কিৰি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-08
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-09
কটুৰ (Assamese) [ Roman: ko.tur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-09
1. (Proper Adj.-Neuter) Not having moisture or water ৰস বা পানী নথকা
Assamese: অনপ, অনাৰ্দ্ৰ, আৰৈয়া, উখৰা, কটুৰ, কন-কনিয়া, খৰখৰীয়া, খৰলীয়া, জলশূন্য, জলহীন, জৰ্জৰীয়া, ট-টঙা, ততৰা পৰা bo , নিসত, নিসত্ত্ব, নিসত্ব, নিৰম্বু, নিৰস, নিৰ্জল, ফৌফৌৱা, ফৰফৰীয়া, বিৰস, শুকান, শুষ্ক,
Bodo: गोरान,
Khasi: rkhiang, tyrkhong,
Garo: chi grigipa,
Meeteilon: Akangba,
Karbi: kreng,
Nagamese: hukan, sukan, sukhan,
Dimasa: garain, rain, rainbi,
Bangla: শুকনো,
Nepali: सुकाउनु, सुक्खा,
Deori: নানুমা, মিজি-কিৰি
Antonyms:
a. Verbal Adj.: soaked, wet, অশুষ্ক, আৰ্দ্ৰ, জলসিক্ত...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-08
2. (Verbal Adj.) not trying to please by complimentary remarks তোষামোদ নকৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-09
3. (Proper Adj.-Neuter) (land) lacking fertility, i.e. unfavourable to the growth of crops and plants সাৰ নাইকিয়া (মাটি), অৰ্থাত্ গছ-গছনি বঢ়াৰ বাবে উপযুক্ত নোহোৱা (মাটি)