ঐৰাৱতঐৰ্ব্য

ঐৰাৱৎ (Assamese) [ Roman: oi.ra.wot]
1. Animal(Common Noun-Common) A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears. ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু

Contributed by: Sanjib Sharma on 2006-03-17
2. Religious-Mythological(Proper Noun) The name of the elephant of "Indra", the king of the heaven as per Indian mythology. হিন্দুধৰ্মীয় বিশ্বাস মতে স্বৰ্গৰাজ ইন্দ্ৰৰ হাতীটোৰ নাম
English: Oirawot,
Assamese: ঐৰাৱৎ

Related Idea:

a. Common Noun-Common: elephant, ইভ, ইৰম্মদ, ঐৰাৱৎ, কুঞ্জৰ...