এলাহবাদএলিজাবেথ

এলাৰ্জি (Assamese) [ Roman: e.lar.ji]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-22
1. (Abstract Noun) An abnormally high sensitivity to certain substances, such as pollens, foods, or microorganisms. Common indications of allergy may include sneezing, itching, and skin rashes. কোনো খাদ্য গ্ৰহণ, কীটৰ দংশন বা পদাৰ্থৰ সংস্পৰ্শৰ ফলত শৰীৰৰ ছালত দেখা দিয়া অস্বাভাবিক সংবেদনশীল প্ৰতিক্ৰিয়া ৷
English: allergy,
Assamese: এলাৰ্জি

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-22
2. (Abstract Noun) a strong dislike or aversion, as toward a person or activity. কোনো ব্যক্তি বা কাৰ্যৰ প্ৰতি থকা বিদ্বেষ ৷
English: allergy,
Assamese: এলাৰ্জি