এলাইজাঁপৰীএলাইবাদু
এলাইজাবৰী (Assamese) [ Roman: e.lai.ja.bo.ri]
alt: আলাইজাবৰী, এলাইজাঁপৰী
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-22
English: worthless,
Assamese: অকাজভাগী, অকামিলা, অকাল কুষ্মাণ্ড, অকৰ্মণ্য, অপগণ্ড, অপদাৰ্থ, অপোগণ্ড, অভাজন, অসাঠনী, আলাবাদু, এলাংএথাং, এলাইজাবৰী, এলাইবাদু, এলাবাং, এলাবাদু, কেলেপা, খাই-গাহৰি, গৰ-লায়ক, চহাল, ছেলোমণি, ধুমুৰা, ধুম্ৰা, নালায়ক, নালায়েক, নেচন, ভতুৱা, ৰদী, ৰদ্দী,
Bodo: उदायै,
Nagamese: ilagi,
Deori: এলেবাং, কিতাং, গৰিয়া-কুৰুবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
এলাইজাবৰী (Assamese) [ Roman: e.lai.ja.bo.ri]
alt: আলাইজাবৰী, এলাইজাঁপৰী
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-22
1. (Proper Adj.-Common) one who is not worth of doing anything. কামৰ অযোগ্য, একো নজনা।
Assamese: অকাজভাগী, অকামিলা, অকাল কুষ্মাণ্ড, অকৰ্মণ্য, অপগণ্ড, অপদাৰ্থ, অপোগণ্ড, অভাজন, অসাঠনী, আলাবাদু, এলাংএথাং, এলাইজাবৰী, এলাইবাদু, এলাবাং, এলাবাদু, কেলেপা, খাই-গাহৰি, গৰ-লায়ক, চহাল, ছেলোমণি, ধুমুৰা, ধুম্ৰা, নালায়ক, নালায়েক, নেচন, ভতুৱা, ৰদী, ৰদ্দী,
Bodo: उदायै,
Nagamese: ilagi,
Deori: এলেবাং, কিতাং, গৰিয়া-কুৰুবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
2. (Verbal Adj.) not arranged tidily. বিশৃংখলভাৱে থকা ।