একলগ হএকলহ

একলব্য (Assamese)
Contributed by: Mousumi Konwar on 2022-11-07
1. Hinduism(Proper Noun-Masculine) a son of Hiranyadhanu, the name of a Nishada prince. (In the past, Dronacharya did not keep him as a disciple and did not teach him archery because he was an inferior race. He went back and made a wooden idol of Drona himself and practiced weapons before it. When Dronacharya saw that Ekalavya was more skilled in weapons than his disciple Arjuna, he asked for the thumb of Ekalavya`s right hand as a gurudakshina and Ekalavya immediately cut off the finger and handed it over to Dronacharya.) নিষাদৰাজ হিৰণ্যধনুৰ পুত্ৰ৷ (পূৰ্ব কালত হীন জাতি বুলি দ্ৰোণাচাৰ্যই তেওঁক শিষ্য কৰি নাৰাখি আৰু অষ্ট্ৰবিদ্যা নিদিয়াত তেওঁ উলটি গৈ নিজে কাঠৰ দ্ৰোণমুৰ্তি এটা সাজি ইয়াৰ আগত অস্ত্ৰ শিক্ষা অভ্যাস কৰি পাৰদৰ্শী হৈ উঠে৷ যেতিয়া দ্ৰোণাচাৰ্যই দেখিলে যে একলব্যই তেওঁৰ শিষ্য অৰ্জুনতকৈ বেছি অস্ত্ৰ বিদ্যাত পাৰ্গত হল তেতিয়া তেওঁ একলব্যৰ সোঁ হাতৰ বুঢ়া আঙুলি টো গুৰুদক্ষিণা হিচাপে বিচাৰিলে আৰু একলব্যই ততালিকে আঙুলি টো কাটি দ্ৰোণাচাৰ্যক অৰ্পন কৰিলে৷)
English: Eklavya,
Assamese: একলব্য