একত্বএকত্ৰ হ

একত্ৰ (Assamese) [ Roman: e.kot.ro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-25
1. (Abstract Noun) a number of individual entities working together as one বহুবোৰ সত্তাই এক হৈ একেলগে কাম কৰা
English: conglomerate,
Assamese: একত্ৰ

Contributed by: Biraj Kumar Kakati on 2008-03-16
2. (Proper Adj.) Create by putting components or members together. বিভিন্ন অংশ (যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত) অথবা সদস্য লগ লাগি একে লগ হোৱা |