উৰুমিউৰুলিকৃত

উৰুলি (Assamese) [ Roman: u.ru.li]
Contributed by: Partha P Sarmah on 2007-12-09
1. (Abstract Noun) a series of devotional sounds that women produce during some religious ceremonies like puja, marriage etc. These sounds are produced by frequently touching the rounded upper and lower lips by the tip of the tongue. Lips are slightly pressed by the thumb and the index finger. বিয়া সবাহ বা আন কোনো ধৰ্মীয় অনুষ্ঠানত মহিলাই দিয়া মাংগলিক ধ্ধনি৷ ওঁঠ দুটা অলপ গোল কৰি জিভাৰ আগটো খৰতকীয়াকৈ তল ওপৰ কৰি দুয়োপাৰি ওঁঠ শ্পৰ্শ কৰি এই ধ্ধনি সৃষ্টি কৰে৷ সোঁহাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰে ওঁঠ দুটা পাতলীয়াকৈ হেঁচি থাকে৷