উমাকান্তউমাটুমনি

উমাচল (Assamese) [ Roman: u.ma.sol]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-01
1. Place(Proper Noun-Neuter) A place near Kamakhya Mandir, known for rock inscription in Assamese script. গুৱাহাটীৰ নীলাচল পাহাৰৰ নামনিত থকা এক অঞ্চল ইয়াত পোৱা শিলালিপি৷ পুৰণি অসমীয়া লিপিৰ নিদৰ্শন৷ সুৰেন্দ্ৰবৰ্মন নামৰ ৰজা এজনৰ নাম -উমাচল শৈল শাসন- লিপিত উল্লেখ আছে৷ খৃ: পঞ্চম শতিকা৷
Assamese: উমাচল