উঠঙ্গাউঠনা

উঠন (Assamese) [ Roman: u.thon]
Contributed by: Bikram M Baruah on 2012-05-01
1. (Verbal Noun) the act of assuming an upright position especially from lying, kneeling, or sitting; to appear above the horizon; moving upward; increasing in height, size, volume, or pitch শুই বা পৰি থকা, আঁঠু কাঢ়ি থকা অথবা বহি থকা অৱস্থাৰ পৰা থিয় হোৱা কাৰ্য্য; দিগন্তত দেখা দিয়া; ওপৰৰ ফালে গতি কৰা; উচ্চতা, আকাৰ, পৰিমাণ বা প্ৰাৱল্য বৃদ্ধি হোৱা

Contributed by: Biraj Kumar Kakati on 2007-12-25
2. (Verbal Noun) The act of changing location in an upward direction ওপৰলৈ গতি কৰা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
Ref: চন্দ্ৰকান্ত অভিধান
3. (Abstract Noun) First Menstruation of a young girl. It is one of the later stages of puberty in girls. By which a girl capable of sexual reproduction of offspring: in common law. The average age of menarche in female is 12 years, but it is looks normally anywhere between ages 8 and 16 years. ছোৱালীৰ প্ৰথম ৰাজস্বলা হোৱা অৱস্হা ৷ সাধাৰণতে ১২ বছৰ বয়সত ছোৱালীৰ কন্যাকাল প্ৰাপ্তি হয়৷ যাৰ দ্বাৰা এজনী ছোৱালীয়ে সন্তান জন্ম দিয়াৰ ক্ষমতা লাভ কৰে ৷