আৱেগশূন্যআৱেগাঙ্ক
আৱেগহীন (Assamese) [ Roman: a.beg.hin]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-30
English: emotionless, impassive, insensible, unemotional,
Assamese: অনুভূতিশূন্য, অনুভূতিহীন, অনুৰাগহীন, অবিকাৰ, অভিব্যক্তিহীন, আবেগশূন্য, আবেগহীন, আৱেগহীন, নিস্পৃহ, নিৰ্বিকাৰ, ভাবান্তৰহীন, ভাৱলেষহীন, ভাৱশূন্য, ভাৱহীন, সংবেদনহীন,
Bodo: उदासिन, गोजोन,
Khasi: bym sngew
আৱেগহীন (Assamese) [ Roman: a.beg.hin]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-30
1. (Proper Adj.) not feeling or showing emotion. কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷