আৰ্হতআৰ্‌মান্

আৰ্হি (Assamese) [ Roman: ar.hi]
Contributed by: Swapnita Kakati on 2006-08-29
1. (Abstract Noun) a representation, generally in miniature, made from clay, wax or wood rather than the original materials, to show the construction or appearance of something. a person or thing regarded as a representative symbol or as worthy of veneration. কোনো বস্তুৰ গাঁথনি বা অবয়ৱ দৰ্শাবলৈ তৈয়াৰ কৰা সাইলাখ আকৃতিৰ কিন্তু সাধাৰণতে অতি সৰু আকাৰৰ বোকা-মাটি, মম্ বা কাঠেৰে নিৰ্মিত প্ৰতিনিধিত্বমূলক বস্তু।

Contributed by: Swapnita Kakati on 2006-08-29
2. (Abstract Noun) sth conforming to an ultimate standard of perfection or excellence. পৰিপূৰ্ণতা আৰু উৎকৃষ্টতাৰ চূড়ান্ত মানৰ সৈতে খাপ খোৱা কোনো বস্তু।

Contributed by: PS on 2006-08-29
3. (Abstract Noun-Neuter) A piece of conduct or work, which needs to be imitated by others উদাহৰণ, অনুকৰণ কৰিব পৰা বস্তু। যেনে, কাপোৰৰ ৰঙ বা ফূলৰ গঠন যিটো চাই আৰু পোচাক বনাব পাৰি