আৰি-কুঁজাআৰিকাটি

আৰি-মাছ (Assamese) [ Roman: a~.ri-mas]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-18
1. Fish(Common Noun-Common) Sperata aor or Macrones aor; a kind of catfish found in rivers, ponds, lakes, channels and reservoirs in India গাত বাকলি নথকা এবিধ ডাঙৰ তেলী মাছ, সাধাৰণতে ভাৰতৰ বিভিন্ন নদী, পুখুৰী, হ্ৰদ আৰু অন্য জলাশয়ত পোৱা যায় ৷