আম-টিলাআমই

আম-ডালি (Assamese) [ Roman: am-da.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-23
1. Customs(Material Noun-Neuter) a garland of mango leaves hung on doors and gates during marriage or other festivals বিয়া বা আন উৎসৱ উপলক্ষে দুৱাৰ, তোৰণ আদিত ওলোমাই দিয়া, সূতাৰে গঁঠা, মঙ্গলসূচক আমপাতৰ মালা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-23
2. (Material Noun-Neuter) A small twig of mango tree along with the green leaves. This is used during rites and religious ceremonies. কেঁচা পাতেৰে সৈতে আম গছৰ সৰু ডাল৷ পূজা, বিয়া আদি মাঙ্গলিক অনুষ্ঠানত আন উপচাৰৰ সৈতে ইয়াক ঘটৰ মুখত সজাই দিয়া হয়৷