আভ্যন্তৰীণ নিষেচনআভৰণ
আভ্যুদয়িক (Assamese) [ Roman: a.bhyu.do.yik]
Contributed by: Biraj Kumar Kakati on 2011-02-26
English: abundant, affluent, copious, exuberant, oversufficient, plentiful,
Assamese: অক্লিকান্দা, অগুণতি, অগৰ্দামী, অপ্লাৱিত, অপ্ৰমেয়, অপৰিমিত, অপৰ্য্যন্ত, অপৰ্য্যাপ্ত, আগৰ্দামী, আভ্যুদয়িক, উধনীয়া, উভৈনদী, ওগাইৰহ, ওৱাদানি, ওৱাহোঁৱা, দেধাৰ, নদনবদন, নেঘেৰ-ঘেৰ, পাৰভঙা, প্ৰভূত, প্ৰাচুৰ্যপূৰ্ণ, প্ৰাচুৰ্যময়, পয়োভৰ, ভৰপূৰ, মেঁটমৰা, সমধিক, সৰিবৰি, ৰৈ বৈ যোৱা, ৰৈ-বৈ যোৱা,
Bodo: बुरजा,
Khasi: ba kynrei, ba pahuh, bun,
Garo: chu.onga, namen,
Hindi: बहुल,
Bangla: দেদার, প্রচুর, প্রভূত,
Deori: গম্-গমিয়া, বল-কুন, লেকেমায়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-11
English: auspicious, lucky, propitious,
Assamese: আভ্যুদয়িক, মংগলকাৰকsim , মংগলময়, মঙ্গলজনক, মাংগলিক, শুভ, শুভংকৰsim , শুভকাৰক, শুভকৰ, শ্ৰেয়স্কৰ, সুমঙ্গলীয়া,
Bodo: गोथार, मोजां लोक्षोन गोनां,
Nepali: शुभ
আভ্যুদয়িক (Assamese) [ Roman: a.bhyu.do.yik]
Contributed by: Biraj Kumar Kakati on 2011-02-26
1. (Proper Adj.) present or available much more than what is needed প্ৰয়োজনতকৈও অধিক উপলভ্য৷
Assamese: অক্লিকান্দা, অগুণতি, অগৰ্দামী, অপ্লাৱিত, অপ্ৰমেয়, অপৰিমিত, অপৰ্য্যন্ত, অপৰ্য্যাপ্ত, আগৰ্দামী, আভ্যুদয়িক, উধনীয়া, উভৈনদী, ওগাইৰহ, ওৱাদানি, ওৱাহোঁৱা, দেধাৰ, নদনবদন, নেঘেৰ-ঘেৰ, পাৰভঙা, প্ৰভূত, প্ৰাচুৰ্যপূৰ্ণ, প্ৰাচুৰ্যময়, পয়োভৰ, ভৰপূৰ, মেঁটমৰা, সমধিক, সৰিবৰি, ৰৈ বৈ যোৱা, ৰৈ-বৈ যোৱা,
Bodo: बुरजा,
Khasi: ba kynrei, ba pahuh, bun,
Garo: chu.onga, namen,
Hindi: बहुल,
Bangla: দেদার, প্রচুর, প্রভূত,
Deori: গম্-গমিয়া, বল-কুন, লেকেমায়া
Different POS:
a. Abstract Noun: abundance, adequacy, affluence, ampleness, opulence...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-11
2. (Proper Adj.-Neuter) Auguring favourable circumstances and good luck. ভাল খবৰ-বাতৰি বা কোনো শুভলক্ষণৰ প্ৰতীকস্বৰূপ৷
Assamese: আভ্যুদয়িক, মংগলকাৰকsim , মংগলময়, মঙ্গলজনক, মাংগলিক, শুভ, শুভংকৰsim , শুভকাৰক, শুভকৰ, শ্ৰেয়স্কৰ, সুমঙ্গলীয়া,
Bodo: गोथार, मोजां लोक्षोन गोनां,
Nepali: शुभ