আন্তৰ্দৃষ্টিকআন্দাজ

আন্তৰ্মহাদেশীয় (Assamese) [ Roman: an.tor.mo.ha.de.xi.ya]
Contributed by: Partha P Sarmah on 2010-02-28
1. (Adjective Adj.) between continents. মহাদেশ সমূহৰ মাজত বা মাজৰ৷ যেনেঃ আন্তৰ্মহাদেশীয় ভ্ৰমণ/বাণিজ্য/ আলোচনা৷