আধিপত্য কৰ্আধিভৌতিক

আধিপত্যবাদ (Assamese) [ Roman: a.dhi.po.tyo.bad]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-02
1. (Abstract Noun) preponderant influence or authority over others. 2. the social, cultural, ideological, or economic influence exerted by a dominant group. আনৰ ওপৰত কৰা প্ৰতিপত্তি৷ প্ৰতিষ্ঠিত জনসমষ্টিয়ে আনৰ ওপৰত খটুৱা সামাজিক, অৰ্থনৈতিক আৰু আদৰ্শগত প্ৰভাৱ৷