আধাৰুআধি দে

আধি (Assamese) [ Roman: a.dhi]
Contributed by: Bikram M Baruah on 2008-02-07
1. (Abstract Noun) distress or uneasiness of mind caused by uncertainly or misfortune অনিশ্চয়তা বা দুৰ্ভাগ্যই সৃষ্টি কৰা মানসিক অশান্তি

Contributed by: Barnali Deuri Bora on 2011-02-10
2. (Abstract Noun) a system of agriculture in which a landowner allows a tenant to use the land in return for a share of the crop produced on the land (e.g., 50% of the crop). এজনৰ মাটি আন এজনক খেতি কৰিবলৈ দিওঁতে মাটিৰ গৰাকীক দিবলগীয়া উৎপাদিত শস্যৰ আধা অংশ অথবা এই বন্দোবস্তত কৰা কৃষি ব্যৱস্থা
English: sharecropping,
Assamese: আধি