আতচআতচী কাচ

আতচবাজী (Assamese) [ Roman: a.tos.ba.ji]
alt: আতছ-বাজী
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
1. (Proper Noun) A device with an explosive that burns at a low rate and with coloured flames; can be used to illuminate areas or send signals etc. ফটকা, ফুলজাৰি, হিলৈ আদি জুই ওলোৱা খাৰ-বাৰুদৰ খেল; বিশেষতঃ আনন্দ বা বিজয় উতসৱ আদিত পালন কৰা হয়|