আগ ভৰাআগ-চামিলে

আগ-গুৰি (Assamese) [ Roman: ag-gu.ri]
Contributed by: Biraj Kumar Kakati on 2009-03-21
1. (Adverb) All along from the beginning to the end. আদিৰ পৰা অন্তলৈকে সকলোবোৰ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
2. (Verbal Noun) continuous progression. বিৰতিহীনভাৱে আগবঢ়া প্ৰক্ৰিয়া; যেনেঃ কোনো আগ-গুৰি নোহোৱাকৈ পঢ়িছে।