আওপকীয়াআওপাক
আওপকীয়াকৈ (Assamese) [ Roman: ao`.po.ki.ya.koi]
Contributed by: Rupankar Mahanta on 2007-04-24
English: indirectly,
Assamese: আওপকীয়াকৈ, পাকে-প্ৰকাৰে, প্ৰকাৰন্তে, প্ৰকাৰান্তে, প্ৰকাৰান্তৰে, পৰোক্ষভাৱে,
Bodo: खेंख्रायै, खेंसालियायै
আওপকীয়াকৈ (Assamese) [ Roman: ao`.po.ki.ya.koi]
Contributed by: Rupankar Mahanta on 2007-04-24
1. (Adverb) Not directly sought or not going straight to the point পোনপটীয়াভাৱে নিবিছৰাকৈ বা আচল কথাটোলৈ প্ৰত্যক্ষভাৱে নোযোৱাকৈ