আই. আই. টি.আইকণ

আই.চি.ইউ (Assamese) [ Roman: ai.si.iu]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-04
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Proper Noun) A specialized section of a hospital containing the equipment, medical and nursing staff, and monitoring devices necessary to provide intensive care. কঠিন ৰোগী বা গুৰুতৰভাৱে আহত লোকক সকলো সময়তে চোৱা-চিতা আৰু চিকিৎসা কৰা চিকিৎসালয়ৰ কৰা এটা বিশেষ শাখা ৷