আঁতৰলৈআঁতৰাই ৰাখ্

আঁতৰা (Assamese) [ Roman: a~.to.ra.]
Contributed by: Partha P Sarmah on 2008-03-22
1. (Verb-Trans.) to get rid of something/somebody that one doesn't need by passing it/them to somebody/somewhere else. কাৰোবাক নলগা বা কোনোবাই নিবিচৰা কিবা বস্তু/ ব্যক্তিক নিলগাই ৰখা৷ যেনেঃ সেই জাবৰখিনি পেলা৷ সেই দগাবাজটোক এতিয়াই মোৰ সমুখৰ পৰা আঁতৰা৷
English: discard, offload,
Assamese: আঁতৰা, পেলা,
Khasi: kyntait

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-22
2. (Verb-Trans.) to change the location from its current location বৰ্ত্তমানৰ অৱস্থানৰ পৰা সলনি কৰি অন্য স্থানলৈ নিয়া