অৰ্দ্ধেকঅৰ্দ্ধৰথী

অৰ্দ্ধোদয় (Assamese) [ Roman: or.dho\'.doy]
alt: অৰ্ধোদয়
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-02-24
1. (Abstract Noun) a happy combination of the sun with some stars on a certain date in the month of Pauśa or Mārgaśīrṣa in the very early morning, highly auspicious for bathing in the Ganges. পুহ বা মাঘ মাহৰ দেওবাৰে বাতীপাত যোগ আৰু শ্ৰৱণা নক্ষত্ৰ মিলিলে হোৱা যোগ [হিন্দু ধৰ্ম্মমতে এই যোগত গঙ্গাত স্নান, দান আদি কৰিলে মহাপূণ্য হয়]