অস্থি চিকিৎসাঅস্থিচৰ্মসাৰ

অস্থি-সাৰ (Assamese)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-11-04
1. Biology(Common Noun-Neuter) a mixture of ground animal bones and slaughterhouse waste products used as a dietary supplement to supply calcium and phosphorus to livestock in or as an organic fertilizer জন্তুৰ হাঁড় গুড়ি কৰি প্ৰস্তুত কৰা এক কচাইখানাৰ পেলনীয়া দ্ৰৱ্য যাক কেলচিয়াল আৰু ফছফৰাছ যোগান ধৰিবলৈ পশু-খাদ্যৰূপে অথবা জৈৱিক সাৰ ৰূপে ব্যৱহাৰ কৰা হয়৷