অসফলঅসবৰ্ণ
অসফলতা (Assamese) [ Roman: o.xo.pho.lo.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-09
English: fail, failure, fiasco,
Assamese: অকৃতকাৰ্যতা, অকৃতকৃত্যতা, অকৃতকৰ্মতা, অকৃতাৰ্থতা, অপাৰগতা, অসফলতা, অসাফল্য, অসিদ্ধি, খোলাকটিৰ তাল, নিষ্ফলতা, ফে’ল, বিচেষ্টা, বিফলতা, ব্যৰ্থতা,
Bodo: जेन्नाय, फेलें जानाय,
Garo: amja, chu`sokgijani,
Nagamese: nuara
অসফলতা (Assamese) [ Roman: o.xo.pho.lo.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-09
1. (Abstract Noun) The inability to function or perform satisfactorily সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা