অষ্টমীঅষ্টষষ্ঠিতম

অষ্টশীল (Assamese) [ Roman: os.to.xil]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-07-02
1. (Abstract Noun) Eight principles that should be folloed by Buddhist Monk. বৌদ্ধধৰ্মী ভিক্ষুসকলে পালন কৰিবলগীয়া আঠটা নীতি৷ এই কেইটাৰ পৰা বিৰত থকা৷ প্ৰাণী হত্যা, চৌৰ্য্য বৃত্তি, ব্যভিচাৰ, মিচা ভাষণ আৰু নিচা সেৱন৷
English: Ashtasheel,
Assamese: অষ্টশীল