অম্বিকানাথঅম্বু
অম্বিকেয় (Assamese) [ Roman: om.bi.ke.yo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-13
English: ganesh, ganesha,
Assamese: অম্বিকেয়, একদংষ্ট্ৰ, একদন্ত, কুঞ্জৰবদন, গজানন, গণদেৱতা, গণনাথ, গণনায়ক, গণপতি, গণাধিপ, গণেশ, দ্বিদেহ, পাৰ্বতীনন্দন, বিঘ্ননাশক, বিঘ্ননাশন, বিঘ্ননায়ক, বিঘ্নবিনায়ক, বিঘ্নহাৰী, বিঘ্নহৰ, বিঘ্নেশ, বিঘ্নেশ্বৰ, বিঘ্নৰজা, বিঘ্নৰাজ, বিনায়ক, লম্বোদৰ, সিদ্ধিদাতা, হেৰম্ব, হেৰেম্ব,
Dimasa: Gonesh,
Bangla: গণেশ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-13
English: Kartik,
Assamese: অগ্নিকুমাৰ, অগ্নিজ, অগ্নিভূ, অম্বিকেয়, আম্বিকেয়, কাৰ্তিকেয়, কাৰ্ত্তিক, কুমাৰ, কৃত্তিকাসুত, ক্ৰৌঞ্চাৰতি, গুহ, তাৰকজিৎ, তাৰকাৰি, তাৰহা, নমুচি, বহিৰ্বাহন, বহুলেয়, বিশাখ, শক্তিধৰ, শক্তিপাণি, শিখিধ্বজ, শিখিবাহন, শৰজ, শৰজন্মা, ষাণ্মাতুৰ, ষড়ানন, সুব্, স্কন্দ,
Bodo: कारथिक,
Dimasa: Kartik
অম্বিকেয় (Assamese) [ Roman: om.bi.ke.yo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-13
1. Hinduism(Proper Noun-Masculine) Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished. হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷
Assamese: অম্বিকেয়, একদংষ্ট্ৰ, একদন্ত, কুঞ্জৰবদন, গজানন, গণদেৱতা, গণনাথ, গণনায়ক, গণপতি, গণাধিপ, গণেশ, দ্বিদেহ, পাৰ্বতীনন্দন, বিঘ্ননাশক, বিঘ্ননাশন, বিঘ্ননায়ক, বিঘ্নবিনায়ক, বিঘ্নহাৰী, বিঘ্নহৰ, বিঘ্নেশ, বিঘ্নেশ্বৰ, বিঘ্নৰজা, বিঘ্নৰাজ, বিনায়ক, লম্বোদৰ, সিদ্ধিদাতা, হেৰম্ব, হেৰেম্ব,
Dimasa: Gonesh,
Bangla: গণেশ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-13
2. Hinduism(Proper Noun-Masculine) Elder son of the lord Siva. A beautiful God among all the gods. শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷