অবিৰামঅবিৰোধে
অবিৰোধ (Assamese) [ Roman: o.bi.ro`dh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
English: undisputed,
Assamese: অবিসম্বাদী, অবিৰোধ, নিৰ্দ্বন্দ্ব, নিৰ্বিবাদ, নিৰ্বিৰোধ, বিবাদশূন্য, বিৰোধহীন
অবিৰোধ (Assamese) [ Roman: o.bi.ro`dh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
1. (Proper Adj.-Common &/or Masculine) Not disputed or called in question কোনো পক্ষৰ বিৰোধিতা নথকা
Assamese: অবিসম্বাদী, অবিৰোধ, নিৰ্দ্বন্দ্ব, নিৰ্বিবাদ, নিৰ্বিৰোধ, বিবাদশূন্য, বিৰোধহীন