অপ্ৰাপ্তঅপ্ৰাপ্তি

অপ্ৰাপ্তবয়স্ক (Assamese) [ Roman: o.prap.to.bo.yos.ko]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-27
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Noun-Common &/or Masculine) One who has not reached full legal age. As per Indian constitution the legal age is 18 years. উপযুক্ত বয়স নোহোৱা ল’ৰা; ভাৰতীয় সংবিধান অনুসৰি ওঠৰ বছৰ নোহোৱা ল’ৰা বা ছোৱালী।