অননুকৰণীয়অনন্ত

অননুবাদ্য (Assamese) [ Roman: o.no.nu.ba.dyo]
Contributed by: Partha P Sarmah on 2008-04-29
1. (Adjective Adj.) piece of writing especially poetry etc. which cannot be translated to another language. আন ভাষালৈ অনুবাদ বা ভাঙনি কৰিব নোৱৰা বা কৰিলেও মূলৰ কাষ চাপিবলৈ অসুবিধা হোৱা কবিতা আদিৰ শাৰী৷ যেনেঃ ’তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ’ বা ’নখে মাটি লেখা খোজে তলমূৰ হৈ নুফুৰিবা পৃথিৱীত পখিলা নেচাই’৷