অধিবিদ্যাঅধিবৃত্তি

অধিবৃত্ত (Assamese) [ Roman: o.dhi.brit.to]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. (Abstract Noun) a plane curve formed by the intersection of a right circular cone and a plane parallel to an element of the curve. এটা সোঁ-বৃত্তীয় শংকু আৰু বক্ৰৰ কোনো অংশৰ সমান্তৰাল এক সমতলৰ ছেদনৰ ফলত সৃষ্টি হোৱা এক সমতলীয় বক্ৰ