অধিবক্তাঅধিবাসী

অধিবাস (Assamese) [ Roman: o.dhi.bax]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-06
1. (Material Noun-Neuter) a building constructed from adobe clay or bricks. মানুহে বাস কৰা মাটি বা ইটাৰে সঁজা ঘৰ।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
2. Hinduism(Abstract Noun) Hindu ritual. Day before a religious occation. অধিবাস হৈছে কোনো পৱিত্ৰ বৈদিক অনুষ্ঠানৰ আগৰ দিন৷ এইদিনা কৰ্তা আৰু সংশ্লিষ্ট ব্যক্তিসকলে নীতি-নিয়মৰ পালনেৰে অতিবাহিত কৰিব লাগে৷

Contributed by: Abhijit Kalita on 2012-06-11
3. Legal(Abstract Noun) A place where an individual resides at a given point of time. কোনো ব্যক্তিয়ে নিৰ্দিষ্ট সময়ত বাস কৰা ঠাই৷
English: domicile,
Assamese: অধিবাস