অতলস্পৰ্শীঅতসী পুষ্পবৰ্ণাভা

অতসী (Assamese) [ Roman: o.to.xi]
Contributed by: ৰূপকমল on 2007-12-18
1. (Proper Noun-Neuter) a plant of the genus Linum in the family Linaceae grown for fiber and vegetable oil. আঁহ আৰু তেল উৎপাদনৰ বাবে খেতি কৰা লিনেচি গোত্ৰৰ অন্তৰ্গত লিনাম প্ৰজাতিৰ এক লতাজাতীয় উদ্ভিদ|