অকৰ্ম্মকঅখণ্ড সংখ্যা

অখণ্ড (Assamese) [ Roman: o.khon.do]
1. (Proper Adj.) Not divided or cut into pieces. খণ্ড খণ্ড নকৰা অথবা একগোট হৈ থকা ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-27
2. (Verbal Adj.) which cannot be reduced or lessened কমাব বা হ্ৰাস কৰিব নোৱাৰা, যেনেঃ অখণ্ড প্ৰতাপী
English: undiminished,
Assamese: অখণ্ড