অংগুষ্ঠঅংগুৰি

অংগুস্তান (Assamese) [ Roman: ong.gus.tan]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-08
1. (Material Noun-Neuter) A small metal cap to protect the finger while sewing. কাপোৰ চিলাওঁতে আঙুলিৰ মুৰত পিন্ধা ধাতুৰ আৱৰন ।
English: thimble,
Assamese: অংগুস্তান, অঙ্গুস্তানা, আঙঠা

Example Sentences:

1. মই কাপোৰ চিলাই কৰোঁতে সদাই অংগুস্তান পিন্ধি লওঁ।