Xeutixkheeg

xikiya (English) [ IPA: [xikiya]]
Contributed by: Atul Ch. Kakoti on 2009-05-23
1. (Material Noun-Neuter) A string bag used for carrying burdens suspended from either end of a pole placed on the shoulder. এবিধ ৰছীৰে সঁজা মোনা ৷ মানুহে ইয়াক বিৰিয়াৰ দুই মুৰে বান্ধি কান্ধত বোজা কঢ়িয়াবৰ বাবে ব্যৱহাৰ কৰে ৷