tuberous sclerosistubi

tubewell (English) [ IPA: [tubewell] ASM: টিউবৱেল]
Contributed by: archana rajbongshi on 2006-10-11
1. (Material Noun-Neuter) a well (often with a hand-pump at the surface) made by driving a tube into the earth to a stratum that bears water মাটিৰ তললৈ নলী (সাধাৰণতে লোৰে নিৰ্মিত) বহুৱাই বায়ুৰ চাপৰ সহায়ত ভূ-গৰ্ভস্থ পানী তোলা যন্ত্ৰ ।