treattreaty
treatment (English) [ IPA: ˈtriːtmənt ASM: ট্ৰিটমেণ্ট]
Contributed by: Bikram M Baruah on 2010-02-01
English: behavior, behaviour, conduct, treatment,
Assamese: আওভাও, আকৃতি-প্ৰকৃতি, আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, কথা-কাণ্ড, গতি-প্ৰকৃতি, গতিগোত্ৰ, গঢ়-গতি, চলন-ফিৰণ, চলন-ফুৰণ, চাল-চলন, দেশাচৰ, দয়-দস্তুৰ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-গতি, স্বভাৱ-চৰিত্ৰ, ৰেহ,
Bodo: उन्दैसिन,
Garo: dakdila,
Meeteilon: lamchat shajat,
Karbi: ateng,
Nagamese: bibohar, chal-cholon,
Dimasa: yaowaitai
b. Verb-Trans.: behave, আচৰণ কৰ্, ব্যৱহাৰ কৰ্, आखु दिन्थिनाय, leh...
treatment (English) [ IPA: ˈtriːtmənt ASM: ট্ৰিটমেণ্ট]
Contributed by: Bikram M Baruah on 2010-02-01
1. (Abstract Noun) the manner one treats another person. এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
Assamese: আওভাও, আকৃতি-প্ৰকৃতি, আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, কথা-কাণ্ড, গতি-প্ৰকৃতি, গতিগোত্ৰ, গঢ়-গতি, চলন-ফিৰণ, চলন-ফুৰণ, চাল-চলন, দেশাচৰ, দয়-দস্তুৰ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-গতি, স্বভাৱ-চৰিত্ৰ, ৰেহ,
Bodo: उन्दैसिन,
Garo: dakdila,
Meeteilon: lamchat shajat,
Karbi: ateng,
Nagamese: bibohar, chal-cholon,
Dimasa: yaowaitai
Different POS:
a. Proper Adj.-Common &/or Masculine: behavioral, আচৰণগত...b. Verb-Trans.: behave, আচৰণ কৰ্, ব্যৱহাৰ কৰ্, आखु दिन्थिनाय, leh...
2. Medical Science(Abstract Noun) Care provided to improve a situation, especially medical procedures or applications that are intended to relieve illness or injury. ৰোগৰ প্ৰতিকাৰ কৰা কাৰ্য্য; ৰোগ ভাল কৰা কাৰ্য্য; ৰোগীক ঔষধ আদি দিয়া কাৰ্য্য ৷