tongthoktongue-twister

tongue (English) [ IPA: ˈtəŋ ASM: টং]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
1. (Material Noun-Neuter) A large cluster of skeletal muscles on the floor of the mouth that manipulates food for chewing and swallowing. It is the primary organ of taste. মুখৰ ভিতৰত থকা কোমল মাংপেশীৰে গঠিত এক অঙ্গ, যি খাদ্যবস্তু চোবোৱা আৰু গিলাত সহায় কৰে৷ ই স্বাদৰ প্ৰধান অঙ্গ৷
English: sugar, tongue,
Assamese: জিভা, জিহ্বা, স্বাদযন্ত্ৰ, ৰসনা, ৰসনেন্দ্ৰিয়,
Bodo: सालाइ,
Mising: ayo,
Khasi: thylliej,
Meeteilon: lei,
Karbi: de,
Kok-Borok: bwchlai,
Hmar: lei,
Nagamese: jibha, zibha,
Dimasa: slaih,
Apatani: alyo,
Nepali: जिब्रो,
Deori: জি বা, জিবাচি, নি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) a small part of a vessel that is fitted to the mouth so that no spillage of liquid occurs when pouring. পাত্ৰ আদিৰ পৰা জুলীয়া বস্তু ওলাওঁতে বা বাকি দিওঁতে পাত্ৰৰ গাত বৈ নাযাবলৈ পাত্ৰৰ মুখ বা বিন্ধাৰ দাঁতিত অলপ আগবাঢ়ি থকাকৈ লগোৱা জিভাৰ নিচিনা অংশ।
English: tongue,
Assamese: পাইতা