timidTimur

timlai-yahbah (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-12
1. (Proper Noun) A children’s game in which one player covers his or her eyes while the other players hide, and then tries to find them এটা সৰু লৰা-ছোৱালীৰ ধেমালি । লুকালুকি খেলত এজনে নিজৰ হাতেৰে চকু ঢাকি ৰাখে আৰু আন কেইজনে লুকায় । পিছত প্রথম খেলুৱৈজনে চকু মেলি বাকী কেইজনক বিচাৰি উলিয়ায় ।