telltelocentric

telltale (English) [ IPA: ˈtelˌteɪl ASM: টেলটেল]
Contributed by: Aklantika Saikia on 2010-07-21
1. (Abstract Noun) the circulation of gossip or hearsay, the flying of rumour from ear to ear. এজনৰ কাণৰপৰা আন এজনৰ কাণলৈ, এইৰূপে ক্ৰমশঃ চলি গৈ থকা কোনো কথা; ক্ৰমে জনাজাত হোৱা কোনো কথা, কাণ বাগৰা কথা ৷