summarysummer coleus

summer (English) [ IPA: ˈsəmər ASM: চামাৰ]
1. (Abstract Noun) the season when the temperature is the highest in the year, i.e. June-July in the Northern hemisphere বছৰটোৰ ভিতৰত সৰ্ব্বোচ্চ বায়ুমণ্ডলীয় উষ্ণতা বিৰাজ কৰা ঋতু, উত্তৰ গোলাৰ্দ্ধত জুন-জুলাই মাহত

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-03-17
2. (Proper Adj.) appropriate for or done during the summer. জহকালি হোৱা বিষয়ক ৷