stirstirring

stirrer (English) [ IPA: stirrer ASM: ষ্টাইৰাৰ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
1. (Material Noun-Neuter) a bamboo rod for beating or stirring boiled surgarcane juice (syrup) during preparation of molasses or treacle. কুঁহিয়াৰৰ পগোৱা ৰস ঘুঁটি গুৰ তৈয়াৰ কৰা এডাল বাঁহৰ তিনি-চুকীয়াকৈ এচলা কামি লগাই লোৱা মাৰি।
English: stirrer,
Assamese: ঘোটনী, ঘোটনী মাৰি

Related Idea:

a. Material Noun-Neuter: ঘোঁটনা...

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-27
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) a flat stick for stirring things when being cooked. ৰান্ধোঁতে খাদ্যবস্তু লৰাবলৈ ব্যৱহাৰ কৰা এডাল চেপেটা মাৰি।