rosinRospal

rosogula (Dimasa)
Contributed by: Kulendra Daulagupu on 2012-05-05
1. Cuisine-Food(Common Noun-Neuter) a (white) ball of ricotta-like cheese swimming in syrup made of sugar.It is a popular Indain sweet. গাখীৰৰ চানাৰ পৰা বনোৱা এবিধ বল আকৃতিৰ বগা মিঠাই৷ সাধাৰণতে চেনীৰ ৰসত ডুবাই থোৱা হয়৷ বোধহয় ভাৰতৰ সবাতোকৈ প্ৰিয় মিঠাই৷
English: rasagulla, rasgulla,
Assamese: ৰসগোল্লা,
Dimasa: rosogula