rootlessrootstalk

rootlet (English) [ IPA: ˈruːtlət ASM: ৰুটলেট]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
1. Botany(Material Noun-Neuter) a rudimentary root in the embryo উদ্ভিদৰ ভ্ৰূণৰ এটা অংশ, যাৰ পৰা পিছলৈ শিপাৰ সৃষ্টি হয়

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-19
2. Botany(Common Noun-Neuter) the long thin root of a plant arising from the main root of a plant গছৰ গুৰিৰ মূল শিপাৰ পৰা বাঢ়ি গৈ আঁতৰলৈ বিয়পি পৰা সূতাৰ নিচিনা শিপা
English: rootlet,
Assamese: পম, শিহৰি