registerregistration

registrar (English) [ IPA: ˈredʒəˌstrɑr ASM: ৰেজিষ্ট্ৰাৰ]
Contributed by: archana rajbongshi on 2006-08-29
1. (Common Noun-Common)
[a]An officer in a college or university who keeps the records of enrollment and academic standing.
[b] An officer of a corporation responsible for maintaining records of ownership of its securities. (ক) কোনো এক মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ এজন বিষয়া, যি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি তথা বিদ্যায়তনিক দিশৰ খতিয়ান ৰাখে। (খ) কোনো এক নিগমৰ এজন বিষয়া, যি তাৰ সা-সম্পত্তিৰ খতিয়ান ৰাখে।