referralrefine

refill (English) [ IPA: riːˈfɪl ASM: ৰিফিল]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-25
1. (Verb-Trans.) to fill something that had previously been emptied. আগতে থকা কোনো এটা বস্তু শেষ হোৱাৰ পিছত পুনৰ ভৰ্তি কৰা কাৰ্য

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-25
2. (Material Noun-Neuter) A product packaged to replace the used contents of a container. পুনৰ ভৰ্তি কৰিবৰ কাৰণে থকা অতিৰিক্ত বস্তু ৷
English: refill, rivalry,
Assamese: ৰিফিল,
Bodo: रिफिल