reactreactionary

reaction (English) [ IPA: riːˈækʃən ASM: ৰিএকচন]
1. (Verbal Noun) a reverse movement or tendency; an action in a reverse direction or manner ওলোটা গতি বা প্ৰৱণতা; ওলোটা বা বিপৰীত দিশত বা ওলোটা ধৰণে হোৱা ক্ৰিয়া

2. BiologyChemistry(Verbal Noun) [Bacteriology, Immunology] the specific cellular response to foreign matter, as in testing for allergies. [Chemistry] the reciprocal action of chemical agents upon each other; chemical change. (বেক্টেৰিয়া-বিজ্ঞান, ৰোগ-প্ৰতিৰোধ বিজ্ঞান) বহিঃপদাৰ্থৰ প্ৰৱেশ ঘটিলে শৰীৰৰ প্ৰতিৰোধী কোষসমূহে দিয়া সমিধান, যেনেঃ এলাৰ্জীৰ পৰীক্ষা (ৰসায়ন বিজ্ঞান) ৰাসায়নিক পদাৰ্থসমূহৰ মাজত পাৰস্পৰিক ক্ৰিয়া; ৰাসায়নিক পৰিৱৰ্ত্তন