portableportent

portal (English) [ IPA: ˈpɔrtəl ASM: পৰ্টেল]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-21
1. (Material Noun-Neuter) the main gateway to a palace. সিংহৰ মূৰ্তি থকা ডাঙৰ প্ৰৱেশদ্বাৰা, ৰজা ঘৰৰ ঘাই বাট-চৰা ৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-21
2. (Proper Noun) a Web site that functions as an entry point to the Internet, as by providing useful content and linking to various sites and features on the World Wide Web. ইণ্টাৰনেটৰ জড়িয়তে বিভিন্ন প্ৰৱন্ধ, আলোচনা, সম্বাদ আদি বিশ্বৰ সকলো মানুহৰ মাজতে প্ৰচাৰ কৰিব পৰা মাধ্যম বা ৱেবছাইট ৷
English: portal,
Assamese: প’ৰ্টেল